Meaning : ধর্মান্ধ হোৱা অৱস্থা
							Example : 
							ধর্মান্ধতা ব্যক্তি আৰু সমাজৰ কাৰণে লাভদায়ক নহয়
							
Meaning : নিজৰ মত বা সম্প্রদায়ৰ কথালৈ আকোঁৰগোজ হৈ থকা স্বভাৱ
							Example : 
							হিন্দু তথা মুছলমানৰ ধর্মান্ধতাৰ কাৰণেই  অযোধ্যা বিবাদ হৈছিল
							
Synonyms : গোৰামী, ধর্মোন্মাদনা