Meaning : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য
							Example : 
							ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে
							
Meaning : দৃঢ়তাপূর্ক কথন
							Example : 
							আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই
							
Meaning : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস
							Example : 
							মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে
							
Meaning : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা
							Example : 
							বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে