Meaning : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ
							Example : 
							আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ
							
Synonyms : দৰশন
Meaning : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা
							Example : 
							বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ
							
Synonyms : ্তত্ত্বজ্ঞান
Meaning : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ
							Example : 
							কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই
							
Synonyms : দৰশন