Meaning : কোনো বিষয়ৰ প্রধান প্রধান কথাৰ ক্রমবিৱৰণী দিয়া সূচনা
							Example : 
							তেওঁ কিনা বস্তুবোৰৰ এখন তালিকা বনালে
							
Synonyms : অনুক্রমণিকা, লিষ্ট, সূচী
Meaning : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে
							Example : 
							তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়
							
Synonyms : টেবুল