Meaning : লিবিয়াত প্রচলিত মুদ্রা
							Example : 
							তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
							
Synonyms : লিবিয়ান ডিনাৰ
Meaning : টিউনিছিয়াত প্রচলিত মুদ্রা
							Example : 
							তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
							
Synonyms : টিউনিছিয়ান ডিনাৰ
Meaning : আলজেৰিয়াত প্রচলিত মুদ্রা
							Example : 
							তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
							
Synonyms : আলজেৰিয়ান ডিনাৰ
Meaning : ইৰাকত প্রচলিত মুদ্রা
							Example : 
							আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
							
Synonyms : ইৰাকী ডিনাৰ
Meaning : ইৰাণত প্রচলিত মুদ্রা
							Example : 
							এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
							
Synonyms : ইৰাণী ডিনাৰ
Meaning : কুৱেইটত প্রচলিত মুদ্রা
							Example : 
							আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
							
Synonyms : কুৱেইটী ডিনাৰ
Meaning : বাহৰেইনত চলা মুদ্রা
							Example : 
							তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী  ডিনাৰ  পঠিয়ায়
							
Synonyms : বাহৰেইনী ডিনাৰ
Meaning : জর্দানত প্রচলিত মুদ্রা
							Example : 
							তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
							
Synonyms : জর্দানিয়ান ডিনাৰ