Meaning : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
							Example : 
							ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
							
Synonyms : পোষ্ট
Meaning : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
							Example : 
							মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
							
Meaning : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
							Example : 
							মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ