Meaning : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
							Example : 
							ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
							
Synonyms : বাতা, মেৰামতি কৰা
Meaning : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
							Example : 
							শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
							
Synonyms : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
Meaning : ভাড়াত কোনো যান-বাহন আদি লোৱা
							Example : 
							আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
							
Synonyms : লোৱা
Meaning : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							Example : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
Synonyms : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
Meaning : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
							Example : 
							তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে