Meaning : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
							Example : 
							ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
							
Synonyms : চাচি, ধুমুহা-বতাহবানাহ
Meaning : তীব্রবেগী ধুমুহা
							Example : 
							কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
							
Synonyms : ধুমুহা-বতাহ