Meaning : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
							Example : 
							কাপোৰৰ জোৰাখিনি ফাটি থাকিল
							
Synonyms : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
Meaning : অন্য কোনো বস্তুৰ শেষত লগোৱা
							Example : 
							চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
							
Synonyms : জোৰা লগোৱা, সংলগ্ন কৰা