Meaning : বিপদ বা সংকট থকা কাম বা আয়োজন
							Example : 
							হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
							
Meaning : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
							Example : 
							পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
							
Synonyms : জুৱাখেল, দ্যুত ক্রীড়া