Meaning : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
							Example : 
							পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
							
Synonyms : উচ্ছিষ্ট
Meaning : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
							Example : 
							জুঠা আনক দিব নালাগে
							
Synonyms : উচ্ছিষ্ট ভোজন
Meaning : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
							Example : 
							জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয়  মায়ে জুঠা বাচনবোৰক ধুই আছে