Meaning : অভিজ্ঞ বা পৰিচিত হোৱা
							Example : 
							সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
							
Synonyms : জ্ঞাত হোৱা, জ্ঞান হোৱা
Meaning : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
							Example : 
							মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
							
Synonyms : চিনি পোৱা
Meaning : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
							Example : 
							মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
							
Synonyms : চিনি পোৱা
Meaning : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
							Example : 
							মই বোৱা-কটা জানো
							
Meaning : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
							Example : 
							প্রসৱৰ বেদনা বাজীয়ে কি জানে ?  মই আপোনাৰ কথা বুজি পাওঁ
							
Synonyms : বুজি পোৱা