Meaning : জড় হোৱা অৱস্থা বা ভাব
							Example : 
							জড় পদার্থত ্জড়তা পোৱা যায়
							
Synonyms : অচেতনতা, চেতনহীনতা, চেতনাহীনতা, জড়ত্ব, জীৱনহীনতা
Meaning : গতিহীন হোৱা অৱস্থা বা ভাব
							Example : 
							গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
							
Synonyms : অচলতা, গতিশূন্যতা, গতিহীনতা, গতিৰাহিত্য, নিশ্চলতা, বেগহীনতা, স্থবিৰতা