Meaning : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী
							Example : 
							তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে
							
Meaning : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী
							Example : 
							সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী
							
Synonyms : মাইকী ছাগলী