Meaning : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি
							Example : 
							প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল
							
Meaning : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি
							Example : 
							এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে
							
Meaning : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
							Example : 
							বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
							
Synonyms : ছাতি