Meaning : নব্বৈৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা বিশেষ
							Example : 
							তিৰানব্বৈ আৰু চৌৰানব্বৈৰ মাজত একৰহে পার্থক্য
							
Synonyms : ৯৪
Meaning : নব্বৈ আৰু চাৰি
							Example : 
							এই সন্মিলনখনত দেশ-বিদেশৰ চৌৰান্নব্বৈজন বিদ্বানে অংশগ্রহণ কৰিছে
							
Synonyms : চাৰিকুৰি চৈধ্য