Meaning : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
							Example : 
							চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
							
Synonyms : চুঙি, জুই ফুকা চুঙা
Meaning : নলৰ আকাৰৰ কোনো বস্তু
							Example : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
Synonyms : নলিচা