Meaning : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ
							Example : 
							চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল
							
Synonyms : খটখটি
Meaning : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে
							Example : 
							তেওঁ চিৰিতনৰ চাল খেলিছে
							
Synonyms : চিৰিতন
Meaning : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা
							Example : 
							পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়
							
Synonyms : খট-খটি