Meaning : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
							Example : 
							বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
							
Synonyms : বগা
Meaning : পৰিধান নকৰা (কাপোৰ)
							Example : 
							মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
							
Meaning : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
							Example : 
							তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
							
Synonyms : উকা