Meaning : জীৱ-জন্তুৰ শৰীৰত পোৱা নোমযুক্ত আৱৰণ
							Example : 
							চর্মৰ ব্যৱহাৰ কাপোৰ, টুপী, কোট আদি বনোৱাত ব্যৱহাৰ কৰা হয়
							
Synonyms : ্চামৰা, ্নোমাল ছাল, ৰোমশশ্চর্ম
Meaning : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
							Example : 
							শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
							
Synonyms : ছাল, ত্বক ্ চাম