Meaning : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
							Example : 
							
							
Synonyms : অক্ষিগোল, অক্ষিতাৰকা, নেত্রতাৰকা, নয়নতৰা, নয়নমণি, মণি
Meaning : চকুৰ আইৰিছৰ মাজত থকা ছিদ্র
							Example : 
							চকুৰ মণি ক্ষতিগ্রস্ত হʼলে মানুহ অন্ধ হৈ যায়