Meaning : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
							Example : 
							আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
							
Synonyms : পহৰা চকী
Meaning : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
							Example : 
							যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
							
Synonyms : ডাক-চকী
Meaning : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
							Example : 
							আমি চকীত দুশটকা দিবলগীয়া হʼল
							
Synonyms : উপশুল্ক সংগ্রহ চকী
Meaning : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
							Example : 
							দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
							
Synonyms : মাচিয়া