Meaning : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
							Example : 
							এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
							
Meaning : ৰেখা আদিৰে ঘেৰি থকা স্থান
							Example : 
							তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
							
Meaning : নিজৰ দেশ
							Example : 
							আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
							
Synonyms : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
Meaning : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
							Example : 
							তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে