Meaning : প্রবৃত্ত কৰা
							Example : 
							গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
							
Synonyms : ঘূৰাই দিয়া
Meaning : চাৰিওফালে ফুৰা
							Example : 
							বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
							
Meaning : দিশ পৰি্বর্তন ্কৰা
							Example : 
							পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
							
Meaning : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
							Example : 
							গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
							
Synonyms : ফুৰোৱা
Meaning : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
							Example : 
							তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
							
Meaning : বতাহত ইফালে-সিফালে হালি থকা
							Example : 
							প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে