Meaning : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
							Example : 
							সকলো চাকৰেই বিশ্বাসী নহয়
							
Synonyms : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
Meaning : নিজক কৰা উপকাৰ মানি লোৱা লোক
							Example : 
							আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
							
Synonyms : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত