Meaning : কোনো কিতাপ আদি ছপা কৰি অনা
							Example : 
							তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
							
Synonyms : প্রকাশিত হোৱা
Meaning : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							Example : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
Synonyms : পৃথক হোৱা
Meaning : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
							Example : 
							বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
							
Synonyms : গুচি যোৱা
Meaning : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
							Example : 
							গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
							
Meaning : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
							Example : 
							আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
							
Meaning : প্রচলিত হোৱা
							Example : 
							ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
							
Meaning : অনায়াসে উচ্চাৰিত হোৱা
							Example : 
							গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
							
Meaning : অন্য কোনোফালে বাঢ়ি থকা
							Example : 
							এই মেজখনৰ কোণাটো অলপ ওলাইছে
							
Meaning : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
							Example : 
							গংগা গংগোত্রীৰ পৰা ওলাইছে
							
Synonyms : নি্র্গত ্হোৱা