Meaning : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
							Example : 
							কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
							
Synonyms : গুচোৱা
Meaning : চিলাই আদি এৰাই যোৱা
							Example : 
							এই পেন্টটোৰ চিলাই মুকলি হʼল
							
Synonyms : খুলি যোৱা, মুকলি হোৱা