Meaning : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
							Example : 
							তেওঁ ্মোক মেলাতে এৰিলে
							
Synonyms : এৰা
Meaning : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
							Example : 
							ৰজাই ৰাজ-সিংহাসন এৰি দিলে  মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
							
Synonyms : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা