Meaning : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক
							Example : 
							এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ
							
Synonyms : দালাল
Meaning : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়
							Example : 
							শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট
							
Synonyms : অভি্কর্তা