Meaning : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
							Example : 
							শংকৰাচার্য অদ্বৈতবাদী আছিল
							
Synonyms : অদ্বৈতবাদী, একাত্মবাদী
Meaning : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
							Example : 
							অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
							
Synonyms : অদ্বৈতবাদী, একাত্মবাদী