Meaning : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
							Example : 
							সাতশ তেইশ (৭২৩)-ক  তিনিটা একক স্থানত লিখা হয়
							
Synonyms : একক স্থান
Meaning : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
							Example : 
							বাৰত দুটা একক আৰু এটা দহক থাকে
							
Meaning : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
							Example : 
							আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত
							
Meaning : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে
							Example : 
							এইটো একক প্রণালী