Meaning : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
							Example : 
							তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
							
Meaning : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
							Example : 
							কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
							
Synonyms : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
Meaning : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
							Example : 
							মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
							
Synonyms : বাহিৰ কৰা
Meaning : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
							Example : 
							চৰকাৰে নতুন ডাক টিকট উলিয়ালে
							
Meaning : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
							Example : 
							নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
							
Meaning : লৈ যোৱা
							Example : 
							বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
							
Meaning : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
							Example : 
							টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
							
Synonyms : আৱিষ্কৃত কৰা
Meaning : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
							Example : 
							তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
							
Meaning : বাহিৰ কৰা
							Example : 
							তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
							
Meaning : বিচাৰি সন্মুখত ৰখা কার্য
							Example : 
							পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
							
Synonyms : হস্তগত কৰা
Meaning : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
							Example : 
							এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
							
Synonyms : আৱিষ্কাৰ কৰা