Meaning : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা
							Example : 
							জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে
							
Meaning : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ
							Example : 
							সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়
							
Meaning : কামত অহা বা লগা যোগ্যতা
							Example : 
							বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ