Meaning : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল
							Example : 
							পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল
							
Synonyms : কলনি
Meaning : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য
							Example : 
							ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল