Meaning : উৎসাহ নোহোৱা অৱস্থা বা ভাব
							Example : 
							নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
							
Synonyms : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
Meaning : উদ্যম বা পৰিশ্রমৰ অভাৱ
							Example : 
							মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
							
Synonyms : অনুদ্যম, পৰিশ্রমহীনতা