Meaning : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
							Example : 
							বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
							
Synonyms : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি