Meaning : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
							Example : 
							মহেশ উত্তৰৰ বাসিন্দা
							
Meaning : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
							Example : 
							আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
							
Synonyms : জবাব
Meaning : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
							Example : 
							
							
Synonyms : উত্তৰ দিশ
Meaning : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
							Example : 
							উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে