Meaning : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
							Example : 
							এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
							
Synonyms : অস্থিৰ হোৱা
Meaning : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
							Example : 
							দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল