Meaning : মিচৰ বা ইজিপ্তৰ মূল অধিবাসী
							Example : 
							দিল্লীত এজন ইজিপ্সিয়ানক লগ পাইছিলোঁ
							
Synonyms : ইজিপ্ত বাসী, ইজিপ্ত-বাসী, ইজিপ্তবাসী
Meaning : মিচৰ বা ইজিপ্তৰ সৈতে সম্পর্ক ্থকা বা মিচৰ বা ইজিপ্তৰ
							Example : 
							মিচৰৰ পিৰামিড অনুসন্ধানকাৰীৰ জিজ্ঞাসাৰ কেন্দ্রবিন্দু
							
Synonyms : মিচৰৰ