Meaning : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া
							Example : 
							যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে  ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে
							
Synonyms : অসুখ, অসুখ-বিসুখ, অস্বস্থতা, আধি-ব্যাধি, আর্তি, নৰিয়া, বিকাৰ, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ