Meaning : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
							Example : 
							লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
							
Meaning : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
							Example : 
							আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
							
Synonyms : দোহৰা, পুনৰাবৃত্তি কৰা