Meaning : অসাৱধান হৈ থকা অৱস্থা বা ভাব
							Example : 
							অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
							
Synonyms : অসাৱধানতা
Meaning : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
							Example : 
							যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
							
Synonyms : ধ্যানহীনতা