Meaning : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
							Example : 
							পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
							
Synonyms : অন্বেষণ কৰা, পৰীক্ষণ কৰা
Meaning : কোনো বিষয়ৰ সত্যতা আৰু অসত্যতা নিৰূপণ কৰা
							Example : 
							বৈজ্ঞানিকে কৃষ্ণ-গহ্বৰৰ বিষয়ে অনুসন্ধান কৰি আছে
							
Meaning : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
							Example : 
							পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
							
Synonyms : অন্বেষণ কৰা, বিচৰা