Meaning : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
							Example : 
							ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
							
Meaning : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
							Example : 
							এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
							
Synonyms : দাবীদাৰ
Meaning : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
							Example : 
							অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
							
Synonyms : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা