Meaning : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
							Example : 
							সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
							
Meaning : অধিপতি হোৱা অৱস্থা বা ভাব
							Example : 
							প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
							
Synonyms : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
Meaning : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
							Example : 
							কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
							
Synonyms : শক্তি