Meaning : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
							Example : 
							কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
							
Synonyms : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল
Meaning : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
							Example : 
							জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
							
Synonyms : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত