Meaning : যাৰ বুদ্ধি নাই বা কম
							Example : 
							সমাজত মূর্খৰ ্ অভাৱ নাই
							
Synonyms : অজগৌ, অজমূর্খ, অজ্ঞ, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
Meaning : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
							Example : 
							অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
							
Synonyms : অন্ধ, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন
Meaning : যি অজ্ঞানেৰে ভৰি আছে
							Example : 
							অজ্ঞানী ব্যক্তিয়ে সংসাৰক দুখময় বুলি ভাবে
							
Synonyms : জ্ঞানহীন