Meaning : যি চঞ্চল নহয়
							Example : 
							মানুহজন গম্ভীৰ স্বভাৱৰ
							
Synonyms : অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ, স্থিৰ
Meaning : যাৰ চিত্ত স্থিৰ
							Example : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
Synonyms : অমত্ত, প্রশান্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত