Meaning : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
							Example : 
							খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
							
Synonyms : সংখ্যা
Meaning : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
							Example : 
							ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
							
Synonyms : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
Meaning : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
							Example : 
							তেওঁ গণিতত বৰ চোকা
							
Synonyms : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র
Meaning : শূন্যৰ পৰা নলৈকে সংখ্যা
							Example : 
							তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
							
Synonyms : অঙ্ক