Meaning : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
							Example : 
							পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
							
Synonyms : অপহৰণকাৰী
Meaning : অপহৰণ কৰা ব্যক্তি
							Example : 
							অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
							
Synonyms : অপহৰণ-কর্তা, অপহৰণকাৰী